
🎵 Song : | Pronoyor Xubakh |
💽 Album : | Latest Assamese Songs 2023 |
🎤 Artist : | Mitali Khanikar, Zubeen Garg, |
📅 Released on : | 09 Apr, 2023 |
⬇️ Downloads : | 7.8K |
Play Listen Pronoyor Xubakh Audio Music |
Songs For You
Brahmachari
Zubeen GargKoina Hoiye Ja
Papori Gogoi, SankarjyotiBukur Butam Khuli Thom
Sarada HazarikaMilesun Kothabur
Neel Akash, Nilakshi NeogTumar Premot
Mizzu MirzanoorEi Mayabi Raati (From 'Joddha The Warrior of Life')
Synicah, Zubeen GargKirili 2.0
DXA, Himanshu Saikia, TusarDapun
Daizee Das
Other Song Details:
Lyrics/Composition - Deeg Diganta
Music/Mix/Master - Dipkesh Borgohain
Lyrics:
১. আকাশৰে নীলাতে তৰা হৈ জিলিকি থাকা
ৰুপহী ফাগুনৰ বতাহত গোপনে মৰম সানিবা
হিয়াৰ কোহঁত তোমাৰেই নাম
বুকুত জাগে অবুজ অভিমান
প্ৰণয়ৰ সুবাস লৈ
আকাশৰে নীলাতে...
২.মোৰো যে হৃদয়খন থাকে ঐ উপছি
লৈ জোনাকী যেন তোমাৰে মুখনি
বহু মিঠা অনুৰাগে ঠাই লৈহি বুকুত
সপোনে দোলা দি যায় মোৰেনো চকুত
এনে লাগে তোমাৰ কাষত ৰৈ
উৰে জীৱন কটামে গৈ
এসাগৰ মৰমকে লৈ
আকাশৰে নীলাতে...
৩.তুমি নহলে জীৱন খালি
উকা হয় মোৰ মনৰ কোঠালি
জোনাকতো নামে কলা কলা এন্ধাৰ
তোমাৰে হাঁহিত শেৱালি সৰে
বিৰহী ৰাগিত লহৰ তুলে
হিয়াতে ফুলে অপৰাজিতা হেজাৰ
সমল পৰানত জুৰে
কপাহী কোমল আবেগে চুমে
ৰঙা নীলা ভাৱনাৰে ঢৌ
বুকুৰ ধালিলা কি যে মিঠা মৌ
গোপনে মোৰ বুকুত
আকাশৰে নীলাতে...
Duration : 4:29 Language(s) : Assamese Listen to Mitali Khanikar, Zubeen Garg Pronoyor Xubakh MP3 song. Pronoyor Xubakh song from the album Latest Assamese Songs 2023 is released on 09 Apr, 2023 . The duration of song is 4:29. This song is sung by Mitali Khanikar, Zubeen Garg.
Lyrics/Composition - Deeg Diganta
Music/Mix/Master - Dipkesh Borgohain
Lyrics:
১. আকাশৰে নীলাতে তৰা হৈ জিলিকি থাকা
ৰুপহী ফাগুনৰ বতাহত গোপনে মৰম সানিবা
হিয়াৰ কোহঁত তোমাৰেই নাম
বুকুত জাগে অবুজ অভিমান
প্ৰণয়ৰ সুবাস লৈ
আকাশৰে নীলাতে...
২.মোৰো যে হৃদয়খন থাকে ঐ উপছি
লৈ জোনাকী যেন তোমাৰে মুখনি
বহু মিঠা অনুৰাগে ঠাই লৈহি বুকুত
সপোনে দোলা দি যায় মোৰেনো চকুত
এনে লাগে তোমাৰ কাষত ৰৈ
উৰে জীৱন কটামে গৈ
এসাগৰ মৰমকে লৈ
আকাশৰে নীলাতে...
৩.তুমি নহলে জীৱন খালি
উকা হয় মোৰ মনৰ কোঠালি
জোনাকতো নামে কলা কলা এন্ধাৰ
তোমাৰে হাঁহিত শেৱালি সৰে
বিৰহী ৰাগিত লহৰ তুলে
হিয়াতে ফুলে অপৰাজিতা হেজাৰ
সমল পৰানত জুৰে
কপাহী কোমল আবেগে চুমে
ৰঙা নীলা ভাৱনাৰে ঢৌ
বুকুৰ ধালিলা কি যে মিঠা মৌ
গোপনে মোৰ বুকুত
আকাশৰে নীলাতে...
Duration : 4:29 Language(s) : Assamese Listen to Mitali Khanikar, Zubeen Garg Pronoyor Xubakh MP3 song. Pronoyor Xubakh song from the album Latest Assamese Songs 2023 is released on 09 Apr, 2023 . The duration of song is 4:29. This song is sung by Mitali Khanikar, Zubeen Garg.
FAQs for Pronoyor Xubakh
When was Pronoyor Xubakh released ?
When was Pronoyor Xubakh released ?
Pronoyor Xubakh is a Assamese language album released in 09 Apr, 2023.
Who is the Artist of Pronoyor Xubakh ?Pronoyor Xubakh is sung by Mitali Khanikar, Zubeen Garg.
What is the playtime duration of the album Pronoyor Xubakh ?The total playtime duration of Pronoyor Xubakh is 4:29 minutes.
How can I download songs from the album Pronoyor Xubakh ?All songs from Pronoyor Xubakh can be downloaded on AxomWap.com
HashTags: #PronoyorXubakh #Mitali Khanikar #Zubeen Garg #Latest Assamese Songs 2023