
🎵 Song : | Mur Rohedoi |
💽 Album : | Latest Assamese Songs 2023 |
🎤 Artist : | Deeplina Deka, Zubeen Garg, |
📅 Released on : | 16 Mar, 2023 |
⬇️ Downloads : | 8.1K |
Play Listen Mur Rohedoi Audio Music |
Songs For You
Other Song Details:
Composition & Music - Jayanta Kakati
Lyrics - Bijit Tamuly
Music Arrangement- Bablu Shibabrata Sarma
Mix & Master- Shekhar Jyoti Goswami
Featuring : Austriyana Dhingia and Nirupam Saikia
Lyrics
মোৰ ৰহেদৈ..
সুৰ / সংগীত: জয়ন্ত কাকতি
কথা: বিজিত
ৰহেদৈ অ' মোৰ ৰহেদৈ..
হবিনে তই মোৰ ৰহেদৈ।
ৰংমন ঐ মই তোৰ ৰহেদৈ..
হমে ঐ মই তোৰ ৰহেদৈ।।
বিজুলী চাৱনি তোৰ অ' মোৰ ৰহেদৈ..
বুকুতে বিন্ধে জান অ' মোৰ ৰহেদৈ..
মোৰ মনৰে পদূলিতে ঘনে-ঘনেকৈ..
তোৰ মৰমৰ অগা-দেৱা অ' মোৰ চেনাই ঐ..
বাঢ়ি অহা মোৰ ভালপোৱাৰে,
বহুতৰ মাজতে তোকে বিচাৰে..
অলপ আহৰি পালেই জাননে,
তোৰে ভাৱনাত উতি ভাহি ফুৰে।
চিলমিলিয়া মোৰ লাহি সপোনতে,
তোকে দেখো ৰাতি দোপৰতে..
আবেগে আৱৰা ভাৱনাবোৰেও,
প্ৰতি পল কিয় তোকে বিচাৰে?
ভাবিছোঁ যাওঁনে তোৰ কাষৰলে,
মনৰে কথাবোৰ খুলি কবলে..
সাঁচি থোৱা মোৰ হিয়াৰে মৰমবোৰ,
এতিয়া বুকু উপচি পৰে।
যেতিয়া আহিবি এনেকৈ আহিবি,
যেন উভতি চাব আৰু নালাগে..
অলপ মৰমে অলপ হেঁপাহে,
সপোন সজাব তোৰে মোৰে।
Duration : 4:41 Language(s) : Assamese Listen to Deeplina Deka, Zubeen Garg Mur Rohedoi MP3 song. Mur Rohedoi song from the album Latest Assamese Songs 2023 is released on 16 Mar, 2023 . The duration of song is 4:41. This song is sung by Deeplina Deka, Zubeen Garg.
Composition & Music - Jayanta Kakati
Lyrics - Bijit Tamuly
Music Arrangement- Bablu Shibabrata Sarma
Mix & Master- Shekhar Jyoti Goswami
Featuring : Austriyana Dhingia and Nirupam Saikia
Lyrics
মোৰ ৰহেদৈ..
সুৰ / সংগীত: জয়ন্ত কাকতি
কথা: বিজিত
ৰহেদৈ অ' মোৰ ৰহেদৈ..
হবিনে তই মোৰ ৰহেদৈ।
ৰংমন ঐ মই তোৰ ৰহেদৈ..
হমে ঐ মই তোৰ ৰহেদৈ।।
বিজুলী চাৱনি তোৰ অ' মোৰ ৰহেদৈ..
বুকুতে বিন্ধে জান অ' মোৰ ৰহেদৈ..
মোৰ মনৰে পদূলিতে ঘনে-ঘনেকৈ..
তোৰ মৰমৰ অগা-দেৱা অ' মোৰ চেনাই ঐ..
বাঢ়ি অহা মোৰ ভালপোৱাৰে,
বহুতৰ মাজতে তোকে বিচাৰে..
অলপ আহৰি পালেই জাননে,
তোৰে ভাৱনাত উতি ভাহি ফুৰে।
চিলমিলিয়া মোৰ লাহি সপোনতে,
তোকে দেখো ৰাতি দোপৰতে..
আবেগে আৱৰা ভাৱনাবোৰেও,
প্ৰতি পল কিয় তোকে বিচাৰে?
ভাবিছোঁ যাওঁনে তোৰ কাষৰলে,
মনৰে কথাবোৰ খুলি কবলে..
সাঁচি থোৱা মোৰ হিয়াৰে মৰমবোৰ,
এতিয়া বুকু উপচি পৰে।
যেতিয়া আহিবি এনেকৈ আহিবি,
যেন উভতি চাব আৰু নালাগে..
অলপ মৰমে অলপ হেঁপাহে,
সপোন সজাব তোৰে মোৰে।
Duration : 4:41 Language(s) : Assamese Listen to Deeplina Deka, Zubeen Garg Mur Rohedoi MP3 song. Mur Rohedoi song from the album Latest Assamese Songs 2023 is released on 16 Mar, 2023 . The duration of song is 4:41. This song is sung by Deeplina Deka, Zubeen Garg.
FAQs for Mur Rohedoi
When was Mur Rohedoi released ?
When was Mur Rohedoi released ?
Mur Rohedoi is a Assamese language album released in 16 Mar, 2023.
Who is the Artist of Mur Rohedoi ?Mur Rohedoi is sung by Deeplina Deka, Zubeen Garg.
What is the playtime duration of the album Mur Rohedoi ?The total playtime duration of Mur Rohedoi is 4:41 minutes.
How can I download songs from the album Mur Rohedoi ?All songs from Mur Rohedoi can be downloaded on AxomWap.com
HashTags: #MurRohedoi #Deeplina Deka #Zubeen Garg #Latest Assamese Songs 2023