
🎵 Song : | Tumar Kotharei Jeuti Gaan |
💽 Album : | Latest Assamese Songs 2023 |
🎤 Artist : | Achurjya Borpatra, |
📅 Released on : | 17 Jan, 2023 |
⬇️ Downloads : | 1K |
Play Listen Tumar Kotharei Jeuti Gaan Audio Music |
Songs For You
Other Song Details:
কন্ঠ: আচুৰ্য্য বৰপাত্ৰ
কথা-সুৰ: মৃন্ময় মৃত্তিক
শব্দ সংমিশ্ৰণ: শংকৰ বৰুৱা
[Lyrics]
সৃষ্টিৰ সুবাস তুমি তোমাতেই
কৃষ্টিৰ আভাস তুমি তোমাতেই
জোনাকী বাটৰ জ্যোতি
জাতিটোৰ ধৰোহৰ প্ৰাণৰো প্ৰাণ,
ৰুপৰো আকৰ তুমি তোমাতেই
নতুনৰ অধৰ তুমি তোমাতেই
নানা জাতি বৰ্ণ জিনি
তোমাৰ কথাৰেই জেউতি গান
গছে গছে পাতি দিলে
ফুলৰে শৰাই অ ৰাম' ৰাম
ফুলৰে শৰাই
ফুলৰে শৰাই
ৰুপহ কোঁৱৰ তুমি
পোহৰৰ পখিলা খেদি
সজোৱা কৃষ্টিৰ ফুলনিত
নতুন দিনৰ অগনি
জয়া কুঁৱৰীক তুলিলা জীয়াই
সবাক ছবিৰে পাতনি মেলাই
নতুন দিগন্তৰ সুচনা কৰি
পোহৰ দেশৰ পখিলা জাকে
মোৰ ফুলনিত নাচে
নোহোৱা নোপোজা ফুলাম পাখিৰে
ন কৈ চানেকি বাচে
ন পখিলাৰ লাহি ভৰতেই
সৰিছে পুৰণি পাহি
নতুন কলিৰ বুকু শিয়ৰিছে
মুখত মিচিকি হাহি
ৰৈ ৰৈ উৰিবি পোহৰ পখিলা
ৰৈ ৰৈ উৰিবি তই
চিৰ সুন্দৰৰ নতুন লেখাৰ পাখিত
একাবেকা আখৰ দেখিছো মই
ৰৈ ৰৈ উৰিবি পোহৰ পখিলা
ৰৈ ৰৈ উৰিবি তই
সৃষ্টিৰ সুবাস তুমি তোমাতেই
কৃষ্টিৰ আভাস তুমি তোমাতেই
জোনাকী বাটৰ জ্যোতি
জাতিটোৰ ধৰোহৰ প্ৰাণৰো প্ৰাণ,
ৰুপৰো আকৰ তুমি তোমাতেই
নতুনৰ অধৰ তুমি তোমাতেই
নানা জাতি বৰ্ণ জিনি
তোমাৰ কথাৰেই জেউতি গান ৷৷
গছে গছে পাতি দিলে
ফুলৰে শৰাই অ ৰাম' ৰাম
ফুলৰে শৰাই
ফুলৰে শৰাই
Duration : 3:25 Language(s) : Assamese Listen to Achurjya Borpatra Tumar Kotharei Jeuti Gaan MP3 song. Tumar Kotharei Jeuti Gaan song from the album Latest Assamese Songs 2023 is released on 17 Jan, 2023 . The duration of song is 3:25. This song is sung by Achurjya Borpatra.
কন্ঠ: আচুৰ্য্য বৰপাত্ৰ
কথা-সুৰ: মৃন্ময় মৃত্তিক
শব্দ সংমিশ্ৰণ: শংকৰ বৰুৱা
[Lyrics]
সৃষ্টিৰ সুবাস তুমি তোমাতেই
কৃষ্টিৰ আভাস তুমি তোমাতেই
জোনাকী বাটৰ জ্যোতি
জাতিটোৰ ধৰোহৰ প্ৰাণৰো প্ৰাণ,
ৰুপৰো আকৰ তুমি তোমাতেই
নতুনৰ অধৰ তুমি তোমাতেই
নানা জাতি বৰ্ণ জিনি
তোমাৰ কথাৰেই জেউতি গান
গছে গছে পাতি দিলে
ফুলৰে শৰাই অ ৰাম' ৰাম
ফুলৰে শৰাই
ফুলৰে শৰাই
ৰুপহ কোঁৱৰ তুমি
পোহৰৰ পখিলা খেদি
সজোৱা কৃষ্টিৰ ফুলনিত
নতুন দিনৰ অগনি
জয়া কুঁৱৰীক তুলিলা জীয়াই
সবাক ছবিৰে পাতনি মেলাই
নতুন দিগন্তৰ সুচনা কৰি
পোহৰ দেশৰ পখিলা জাকে
মোৰ ফুলনিত নাচে
নোহোৱা নোপোজা ফুলাম পাখিৰে
ন কৈ চানেকি বাচে
ন পখিলাৰ লাহি ভৰতেই
সৰিছে পুৰণি পাহি
নতুন কলিৰ বুকু শিয়ৰিছে
মুখত মিচিকি হাহি
ৰৈ ৰৈ উৰিবি পোহৰ পখিলা
ৰৈ ৰৈ উৰিবি তই
চিৰ সুন্দৰৰ নতুন লেখাৰ পাখিত
একাবেকা আখৰ দেখিছো মই
ৰৈ ৰৈ উৰিবি পোহৰ পখিলা
ৰৈ ৰৈ উৰিবি তই
সৃষ্টিৰ সুবাস তুমি তোমাতেই
কৃষ্টিৰ আভাস তুমি তোমাতেই
জোনাকী বাটৰ জ্যোতি
জাতিটোৰ ধৰোহৰ প্ৰাণৰো প্ৰাণ,
ৰুপৰো আকৰ তুমি তোমাতেই
নতুনৰ অধৰ তুমি তোমাতেই
নানা জাতি বৰ্ণ জিনি
তোমাৰ কথাৰেই জেউতি গান ৷৷
গছে গছে পাতি দিলে
ফুলৰে শৰাই অ ৰাম' ৰাম
ফুলৰে শৰাই
ফুলৰে শৰাই
Duration : 3:25 Language(s) : Assamese Listen to Achurjya Borpatra Tumar Kotharei Jeuti Gaan MP3 song. Tumar Kotharei Jeuti Gaan song from the album Latest Assamese Songs 2023 is released on 17 Jan, 2023 . The duration of song is 3:25. This song is sung by Achurjya Borpatra.
FAQs for Tumar Kotharei Jeuti Gaan
When was Tumar Kotharei Jeuti Gaan released ?
When was Tumar Kotharei Jeuti Gaan released ?
Tumar Kotharei Jeuti Gaan is a Assamese language album released in 17 Jan, 2023.
Who is the Artist of Tumar Kotharei Jeuti Gaan ?Tumar Kotharei Jeuti Gaan is sung by Achurjya Borpatra.
What is the playtime duration of the album Tumar Kotharei Jeuti Gaan ?The total playtime duration of Tumar Kotharei Jeuti Gaan is 3:25 minutes.
How can I download songs from the album Tumar Kotharei Jeuti Gaan ?All songs from Tumar Kotharei Jeuti Gaan can be downloaded on AxomWap.com
HashTags: #TumarKothareiJeutiGaan #Achurjya Borpatra #Latest Assamese Songs 2023 axomwap