
🎵 Song : | Sorkari Baideo Asoni |
💽 Album : | Disco 2022 |
🎤 Artist : | Kussum Koilash, |
📅 Released on : | 14 Jan, 2022 |
⬇️ Downloads : | 12.6K |
Play Listen Sorkari Baideo Asoni Audio Music |
Songs For You
Other Song Details:
Singer : Kussum Kailash
Lyrics/Tune : Kussum Kaikash
Mrinmoy Mrittwik
Ridip Rankit
Hemraj
Music : Ujjwal Aarong
Mix/Mastered : Ibson Lal Boruah
Backing Vocal : Nitul Dadhara
Annuran Gogoi
Lyrics -
ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
অ ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
ঘৰত আক' ঠাণ্ডা মুণ্ডা Cool silence
বাহিৰত লগাৱ' ডেকাবোৰক
full violence ,
কাৰোবাৰ তই Private
কাৰোবাৰ তই secret
কোনোবাই কয় তই আক' 440 voltage
এই কৰ' accept এই কৰ' reject
ডেকা লৰাক দেউলীয়া কৰা Most wanted
তয়ে এখন আমাৰ গাৱঁৰ একমাত্ৰ Tolgate
চাছোন গাঁৱখনো হল কলনি
বিলখনো হল ফুলনি
তইহে থকা ঠাইতে ৰ'লি অ
তোৰ স্বভাব নহল সলনি
তোৰ স্বভাব নহল সলনি
কিমান আৰু মাৰি থাক' তই
চা চা চালনী
কিমান আৰু নামাৰ'নো তই
বা বা বাচনি
লৰা বাচোতেই নাম উঠিবৰ হ'ল তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত তোৰ
আজিকালি বজাৰত পাবি ধেৰ কোম্পানী
চবেই নাম্বাৰ ৱান দোকানী
তই বা নাম্বাৰ ৱান ত ৰাখ কাক
ভাবি লৈ pure নো পটঞ্জলি
pure নো পটঞ্জলি
পুৰণি প্ৰেম বুৰঞ্জী তোৰ
থ থ সামৰি
আছে যদি মোলে মন তোৰ
ক ক খোলাখূলি
নহলে চাবি নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
এ বাকী কথা বাদ দে
মোৰ কথাত মন দে
কোনোবাতো দুখীয়া কোনোবাতো হাইফাই
মৰম নিদিবি ভন্তি তই এইবিলাক চাই চাই
১৯ আৰু ২০ গল কা কভিডত
২১ ও গল জাননে তই
টকা পইচাৰ অভাৱত
২২ ত আক' কেনেবাকৈ হয় যদি বন্ধ
এ তেতিয়াহলে এইবিলাক চব পণ্ড
আমিবোৰো মানুহ হে
আজি আছো কাইলে নাই
তাকে ভাবি Party কৰ party কৰ party কৰ
আজিয়ে তই ফুৰ্তি কৰ ফুৰ্তি কৰ ফুৰ্তি কৰ
চিন্তা কৰি লাভ নাই
Future চিউচাৰ কাৰো নাই
কা কভিডক লেং মাৰি
কি বা আহে ঠিক নাই
বোলো চিন্তা চৰ্চা কৰি চা
কেলকুলেটৰ মাৰি চা
হিচাপত যদি মইয়ে ওলাং ঐ
বিয়াৰ কথা ভাবি চা
বিয়াৰ কথা ভাবি চা
দেখাক দেখি উটি ভাহি তই
না না নাযাবি
সময়ৰ বান সময়তে তই
মা মা মাৰিবি
এনেকৈ হলে নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
Duration : 4:09 Language(s) : Assamese Listen to Kussum Koilash Sorkari Baideo Asoni MP3 song. Sorkari Baideo Asoni song from the album Disco 2022 is released on 14 Jan, 2022 . The duration of song is 4:09. This song is sung by Kussum Koilash.
Singer : Kussum Kailash
Lyrics/Tune : Kussum Kaikash
Mrinmoy Mrittwik
Ridip Rankit
Hemraj
Music : Ujjwal Aarong
Mix/Mastered : Ibson Lal Boruah
Backing Vocal : Nitul Dadhara
Annuran Gogoi
Lyrics -
ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
অ ভণ্টি ভাল পাইছোং ভাল পাইছোং
তই হলি upgrade
ঘৰত আক' ঠাণ্ডা মুণ্ডা Cool silence
বাহিৰত লগাৱ' ডেকাবোৰক
full violence ,
কাৰোবাৰ তই Private
কাৰোবাৰ তই secret
কোনোবাই কয় তই আক' 440 voltage
এই কৰ' accept এই কৰ' reject
ডেকা লৰাক দেউলীয়া কৰা Most wanted
তয়ে এখন আমাৰ গাৱঁৰ একমাত্ৰ Tolgate
চাছোন গাঁৱখনো হল কলনি
বিলখনো হল ফুলনি
তইহে থকা ঠাইতে ৰ'লি অ
তোৰ স্বভাব নহল সলনি
তোৰ স্বভাব নহল সলনি
কিমান আৰু মাৰি থাক' তই
চা চা চালনী
কিমান আৰু নামাৰ'নো তই
বা বা বাচনি
লৰা বাচোতেই নাম উঠিবৰ হ'ল তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত তোৰ
আজিকালি বজাৰত পাবি ধেৰ কোম্পানী
চবেই নাম্বাৰ ৱান দোকানী
তই বা নাম্বাৰ ৱান ত ৰাখ কাক
ভাবি লৈ pure নো পটঞ্জলি
pure নো পটঞ্জলি
পুৰণি প্ৰেম বুৰঞ্জী তোৰ
থ থ সামৰি
আছে যদি মোলে মন তোৰ
ক ক খোলাখূলি
নহলে চাবি নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
এ বাকী কথা বাদ দে
মোৰ কথাত মন দে
কোনোবাতো দুখীয়া কোনোবাতো হাইফাই
মৰম নিদিবি ভন্তি তই এইবিলাক চাই চাই
১৯ আৰু ২০ গল কা কভিডত
২১ ও গল জাননে তই
টকা পইচাৰ অভাৱত
২২ ত আক' কেনেবাকৈ হয় যদি বন্ধ
এ তেতিয়াহলে এইবিলাক চব পণ্ড
আমিবোৰো মানুহ হে
আজি আছো কাইলে নাই
তাকে ভাবি Party কৰ party কৰ party কৰ
আজিয়ে তই ফুৰ্তি কৰ ফুৰ্তি কৰ ফুৰ্তি কৰ
চিন্তা কৰি লাভ নাই
Future চিউচাৰ কাৰো নাই
কা কভিডক লেং মাৰি
কি বা আহে ঠিক নাই
বোলো চিন্তা চৰ্চা কৰি চা
কেলকুলেটৰ মাৰি চা
হিচাপত যদি মইয়ে ওলাং ঐ
বিয়াৰ কথা ভাবি চা
বিয়াৰ কথা ভাবি চা
দেখাক দেখি উটি ভাহি তই
না না নাযাবি
সময়ৰ বান সময়তে তই
মা মা মাৰিবি
এনেকৈ হলে নাম উঠিব তোৰ
চৰকাৰী বাইদেউ আচনিত
চৰকাৰী বাইদেউ আচনিত
Duration : 4:09 Language(s) : Assamese Listen to Kussum Koilash Sorkari Baideo Asoni MP3 song. Sorkari Baideo Asoni song from the album Disco 2022 is released on 14 Jan, 2022 . The duration of song is 4:09. This song is sung by Kussum Koilash.
FAQs for Sorkari Baideo Asoni
When was Sorkari Baideo Asoni released ?
When was Sorkari Baideo Asoni released ?
Sorkari Baideo Asoni is a Assamese language album released in 14 Jan, 2022.
Who is the Artist of Sorkari Baideo Asoni ?Sorkari Baideo Asoni is sung by Kussum Koilash.
What is the playtime duration of the album Sorkari Baideo Asoni ?The total playtime duration of Sorkari Baideo Asoni is 4:09 minutes.
How can I download songs from the album Sorkari Baideo Asoni ?All songs from Sorkari Baideo Asoni can be downloaded on AxomWap.com
HashTags: #SorkariBaideoAsoni #Kussum Koilash #Disco 2022 axomwap