For Any Query WhatsApp Me ➤

Aaku Nobow - Latest Assamese Songs 2022 AxomWap.com Mp3 song download

Aaku Nobow
🎵 Track Aaku Nobow
💽 AlbumLatest Assamese Songs 2022
🎤 Singer Ridip Rankit,
📅 Published On01 Jan, 2022
📤 Uploaded by AJay Rabha
📩 Downloads 4K

Listen Aaku Nobow Audio Music

Direct Download QR Code

Recommended Songs For You

Other Song Details:
DHEMALI Vol - 7
Lyrics & Tune - Ridip Rankit, Ramen Danah
Music - Ujjwal Aarong
Mix & Mastered - Diganta Bordoloi
Lyrics:
দাদাৰ সময় নাই হাততে পূৱাতে ওলাই কামলে
নবৌনো যায় সদায় সদায় ল’ৰা স্কুলত থবলে
স্কুল বহাৰ পাছতে ন’বৌ যায় পাৰ্লাৰলে
শুনিছো নবৌ তামাম popular
পিলিঙা ডেকাৰ মাজতে
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই
নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়
ধুনীয়া ন’বৌ সাজি-কাচি যেতিয়া ওলাই যায়
চেনিৰাম কেইটাই ভাবে চাগে ( ইচ ৰাম )
এইজনীক পোৱা হ’লে পাই
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল
অ’ ভন্টী দিপলীনা
মাৰি থবা নঙলা
বাৰীৰে জপনা
নহ’লে সোমাব উদঙীয়া জাকুৱা গৰু
অ’ ভন্টী দিপলীনা
বিয়া বাৰু কথা
ভাবিলে ভয় লগা
যেনি-তেনি যিবোৰ হে গৰম গৰম ঘটনা শুনো
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল
জীৱনৰ আধা বাটতে
লাগিব গণ্ডগোল
হ’বা গৈ চাবা দেই অ’ ন’বৌ
এলাগী মদাৰ ফুল

Released On :01 Jan, 2022
Duration : 4:06
Language(s) : Assamese
Listen to Ridip Rankit Aaku Nobow MP3 song. Aaku Nobow song from the album Latest Assamese Songs 2022 is released on 01 Jan, 2022 . The duration of song is 4:06. This song is sung by Ridip Rankit.
HashTags: #AakuNobow #Ridip Rankit #Latest Assamese Songs 2022 axomwap